0 00 5 yrs 203
জনপ্ৰিয় চলচিত্ৰ নিৰ্মাতা তথা পৰিচালক অবিৰাম শ্যাম শৰ্মাই “পদ্মশ্ৰী ” সন্মান ঘূৰাই দিয়াৰ সিদ্ধান্ত লয় । ইয়াৰ মূলতে হৈছে নাগৰিকত্ব সংশোধনী বিল অৰ্থাৎ উক্ত বিলখনৰ বিৰোধিতাকৰি তেওঁ এই সিদ্ধান্ত লয় । ২০০৬  চনত তেওঁ এই সন্মান লাভ কৰিছিল ।
অঞ্জন সন্দিকৈ

Leave a Reply

Your email address will not be published. Required fields are marked *