0 00 4 yrs 154
কিযে দেও লগা সময়
আজিও আমাক আমাৰ হ’বলৈ নিদিলে
বাটে ঘাটে জ্বলি থকা তেজাল চকুত
মৃত নদীৰ দৰে পৰি থাকে ভোকাতুৰ  অজগৰ
ভয়তকৈও অধিক উত্তেজনা,
খেদি ফুৰে আমাৰ খোজক
মাটিৰ পৰা উফৰি অহা জেঙে  বিন্ধে গোৰোহাত
মায়াৰ আঘাত লৈ গোপনে চলি ফুৰে দুভৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *