0 00 1 min 6 yrs 213






মই ভাবিছিলোঁ

মোৰ হৃদয়খনেই
মোৰ অট্ৰালিকা
য’ত তুমি মই কটাম
জীৱন দৈনন্দিতা
মোৰ আশাবোৰ
মোৰ সপোনবোৰ
মোৰ বাহন
তুমি মই ভ্ৰমন কৰি জীবনৰ ৰং বিছাৰিম
মোৰ মৰম ভালপোবাবোৰ
বেংক বেলেন্স
মনৰ হেপাহেৰে
তোমাৰ সতে খৰচ কৰিম
মোৰ পবিত্ৰতাই হৈছে তোমাক পোবাৰ কামনা
মই ভাবিছিলোঁ
তোমাক দিব পৰা
মোৰ সকলো আছে
কিন্তু………….!

Leave a Reply

Your email address will not be published. Required fields are marked *