0 00 3 yrs 173

পৃথিৱীয়ে কান্দিছে নিৰবে

   হেৰৌ যাগৈ গোচি
   অহা বাটেৰে উভতি
   কিয় কৰিছ বিশ্বক আমনি।
    নকৰিবি নিথৰুৱা সেই     
    আপোন জনক,নাভাঙি 
    হিয়া বুকুৰ কুটুমক
  থাকিব দে শান্তিৰে আপোন  
   ঘৰখনক।   
   পৃথিৱীয়ে মৌন হৈ উচপিচে
  আজি নিৰৱে হাজাৰ হাজাৰ                সন্তানক অকালতে সেৰুৱাৰ বেদনাত।
  হেৰৌ বসন্তৰ পৰশ পাই
  জিপাল হব ধৰা এই ধৰনী খনক জিয়াই থাকিব দে শান্তিৰে।
গোচি যা কৰুনা তই অহা বাটেৰে
নকৰিবি সুকুমল পৃথিৱীক আসুসিয়া।
দীপিকা গগৈ

Leave a Reply

Your email address will not be published. Required fields are marked *