0 00 1 min 5 yrs 156
এফালে যেনেকৈ বিজেপি দলৰপৰা প্ৰথম বাৰৰ বাবে নিৰ্বাচন খেলিয়েই বিপুল ভোটত জয় হ’ল বলিউডৰ অভিনেতা চানি দেওল আনফালে কংগ্ৰেছ দলৰপৰা প্ৰতিদ্বন্দিতা কৰি পৰাজয় বৰণ কৰে ৰংগিলা গাৰ্ল উৰ্মিলাই । ইয়াৰ উপৰিয়ো জয়া প্ৰদা, প্ৰকাশ ৰাজ আদি বিয়াগোম নেতায়ো পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হয় । ক্ৰিকেটাৰ ৰাজ্যবৰ্ধন, গৌতম গম্ভীৰ আলিয়েও বিশাল ভোটত জয় লাভ কৰে ।  

Leave a Reply

Your email address will not be published. Required fields are marked *