বহুদিনৰ মূৰত সেইদিনা
মই ই-মেইলটো খুলি চাইছিলো
প্ৰায় 200ৰো অধিক ইমেইল মেছেজেৰে ইনবক্সটো ভৰি আছিল
প্ৰথম মেছেজটো আছিল jio company ৰ পৰা অহা আৰু চাই গৈ থাকোতেই দেখিলো top10 ই মেইল মেছেজৰ ভিতৰত এটা অন্য ধৰনৰ মেছেজ
মই ভাবিছিলো কোনোবা কম্পেনীৰ পৰা অহা কিন্ত
মেছেজটো খুলি দেখিলো যে কম্পেনীৰ পৰা অহা নহয়
মেছেজটো আছিল এগৰাকী অচিনাকী ছোৱালীৰ পৰা অহা
কিন্ত বুজি পোৱা নাছিলো কিয় মোক ই মেইলত মেছেজ দিছে
নামটো search কৰি ফেচবুকতো দিব পাৰে।
ভাবি ভাবি একো পাৰ নাপালো
মই ৰিপ্লাই দিওতে কথাটো সুধি গম পালো যে তাই অলপ বেলেগধৰনৰ কাম কৰি ভাল পাই সেইকাৰনে ই মেইলত মেছেজ
মই একো নকয়
তাই কেনেকুৱা ছোৱালী হ’ব পাৰে বুলি কল্পনাৰ সাগৰত ডুব গ’লো ।
এনেদৰেই ই মেইলতে কথা পাতিলো
তাৰ পাছত আমি বহুত ভাল বন্ধু হৈ পৰিলো
সময়ৰ সোতত সোৱৰনীৰ দলিচাত সকলো সিচৰতি হৈ পৰিল
প্ৰায় 6মাহ মান কথা পতাৰ পাছত
এমাহ মান আমাৰ সংযোগ বিচ্ছিন্ন হ’ল ।
এদিন হঠাৎ ই মেইল ত এটা মেছেজ আহিল আৰু গুছি গ’ল বহু দুৰলৈ ।
কিবা কাৰণত ই মেইলতো ব্লক হৈ গ’ল ।
মই আচলতে বুজিয়ে নাপালো মোৰ লগত প্ৰকৃততে এজনী ছোৱালীৰ সম্পৰ্ক হৈছিল নে এটা ই মেইল একাউণ্টৰ ????????
it’s a big question……….
✍প্ৰাঞ্জল শংকৰ