0 00 3 yrs 141

 তুমি প্ৰাণৰ প্ৰদীপ

পোহৰালা মোৰ হৃদয়ৰ নিভাজ নিতাল
কাল আন্ধাৰ অমানিষাৰ আকাশ।
জিলিকাই তুলিলা মোৰ মনৰ
ফুলনি বাগিচাক।
নৰূপে নগজিলি মেলালা।
তোমাৰ নামৰ একাজলি মৰম
মোৰ হৃদয়ৰ তোমাৰ প্ৰতি অগাধ মৰম
এয়াই উজ্জলিত
আশাৰ বন্তি
প্ৰজ্বলিত শিখা।
বিদ্যুত গগৈ

Leave a Reply

Your email address will not be published.