প্ৰেম
এক আনন্দ
য‘ত সৃষ্টি হয়
দুই হিয়াৰ মাজত
এক মিঠা বৰষুণ
তুমিতো নুবুজা
এই প্ৰেম নামৰ
বস্তু বিধক…
ই দিব পৰা যন্ত্ৰনাক
জংকী পানৈওঁ
বিলীন হ‘ল
প্ৰেমৰ মহাসাগৰত
তথাপিও নুবুজা
ইয়াৰ ব্যাপকতা
এবাৰ ভাবি চোৱা
প্ৰেম কি?
এক আনন্দ
য‘ত সৃষ্টি হয়
দুই হিয়াৰ মাজত
এক মিঠা বৰষুণ
তুমিতো নুবুজা
এই প্ৰেম নামৰ
বস্তু বিধক…
ই দিব পৰা যন্ত্ৰনাক
জংকী পানৈওঁ
বিলীন হ‘ল
প্ৰেমৰ মহাসাগৰত
তথাপিও নুবুজা
ইয়াৰ ব্যাপকতা
এবাৰ ভাবি চোৱা
প্ৰেম কি?
দীপজ্যোতি শৰ্ম্মা