0 00 1 min 6 yrs 174
বৰ্তমান সময়ছোৱাত যিবোৰ লৰা -ছোৱালীয়ে বিয়া পাতাৰ আগতেই শাৰীৰিক সম্পৰ্ক কৰি পেলাই ৷ সেইবোৰ লৰা-ছোৱালীৰ মাজত সদায় দেখিবলৈ পাবা সন্দেহ নামৰ ৰোগবিধে ব্যাপক ভাৱে প্ৰভাৱ বিস্তাৰ কৰে আৰু জীৱনৰ কিছুমান সময়ত দেখিবলৈ পোৱা যায় যে- এই সকলৰ নিজৰ সাংসাৰিক জীৱনত কেতিয়াও সুখী নহয় ৷ পিছে যিবোৰ প্ৰেমৰ সম্পৰ্কত অকল শাৰীৰিক সম্পৰ্কটোৱে মূখ্য বুলি ভাৱে ৷ তেনেকুৱা পাৰস্পৰিক সম্পৰ্কৰ অনুভূতি বোৰৰ কোনো মৰ্যদা নাথাকে ৷ আৰু সেইবোৰ সম্পৰ্ক কেতিয়াও শেষৰ পৰ্যায় লৈকে নাথাকে ৷ লগতে তেনেকুৱা সম্পৰ্কৰ ক্ষেত্ৰত কোনো সুখী সময় নাথাকে , এইবোৰ সম্পৰ্কৰ ক্ষেত্ৰত সদায় দেখিবলৈ পাবা মাথোঁ – একো মৰম চেনেহৰ ভাৱ নোহোৱা হৈ যায় ৷ অৰ্থাৎ তাৰ পিছত তেওঁলোকে সম্পৰ্কটো শ্ৰদ্ধা কৰিব নাজানে ৷ শাৰীৰিক আৰ্কষণ বিধ যেতিয়া নাইকিয়া হৈ যায় তেতিয়া যেন তেওঁলোকৰ সকলো শেষ হৈ যায় ৷পিছে সন্দেহ বোলা ভাৱটো কিন্তু তেওঁলোকৰ মাজত। এনেই বসবাস কৰিব নাহে ৷তাৰ বহুতো কাৰণ আছে কথাবোৰ এনেধৰণৰ যেনে- ছোৱালী এজনীয়ে লৰা এটাৰ লগত নিজৰ Verjnity হেৰুৱাইছে আৰু ছোৱালীজনীওঁ জানে যে- এনে কাম কৰাটো ভুল ৷ কিন্তু তাইৰ দ্বাৰা আচলতে এইটো ভাল কাম কৰা নহল ৷ সেয়েহে এনেধৰণৰ বিষয়ৰ ওপৰত ছোৱালী জনীৰ সদায় তিক্ততা আহি পৰে ৷ প্ৰেম কৰি থকা লৰা এটাক সুধি চাবা চোন তুমি, সেই ছোৱালী জনীক বিয়া পাতিব পাৰিবা নে নোৱাৰা ? পৰীক্ষা কৰি চাবা চোন কেতিয়াবা লৰাটোৱে মানি লব পাৰে নে নোৱাৰে৷ কোনো লৰাই বা ছোৱালী জনীয়ে নিবিচাৰে কেতিয়াও যে – তাৰ বা তেওঁৰ মৰমৰ প্ৰেমিক বা প্ৰেমিকা জনী তাৰ জীৱনত আপোন নোহোৱা লৈকে আন কাৰোবাৰ জীৱনত একেবাৰে সুমাই যাওঁক বা ভৱিষ্যত তেওঁৰ লগত হওক ৷ এইটো এটা আচৰিত চিন্তনীয় বিষয় ৷ আৰু সেই একেটা কথাই ছোৱালী বোৰৰ ক্ষেত্ৰতোওঁ সদায় সচাঁ ৷ সেয়েহে প্ৰতিটো সময়ত দেখিবলৈ পোৱা যায় – এইবোৰ কথা ভাবি বা মনত লৈ সুন্দৰ জীৱনটোক দুখময় কৰি তোলে ৷ পিছে এইটো সচাঁ কথা ফলাফল কি হয় জানে আৰু মনত গোপনে ভাৱি থই এইটো সাধাৰণ কথা ৷ সাংসাৰিক জীৱনৰ সুখ বোলা বস্তু বিধ তেওঁলোকে উপভোগ কৰিব নাপায় ৷ যিবোৰ মানুহে বৰ্তমান সময়ছোৱাত সমাজৰ আগত নিজকেই সৎ মানুহ বুলি উপস্থাপন কৰে ৷ তেওঁলোকে নিজক জীৱনটোক ভাৱি চালেই দেখা পোৱা যায় যে – তেওঁলোকৰ জীৱনত কোনো ধৰণৰ সুখ আৰু শান্তি নাই ৷ জীৱনৰ প্ৰতা”ো সময়ত অশান্তিত অতিবাহিত কৰে ৷ সিই কাৰণে মই কাকো শাৰীৰিক সম্পৰ্ক নকৰিবলে বাধা দিয়া নাই আৰু অপৰাধ বুলিওঁ কোৱা নাই ৷ আৰু কবওঁ দৰকাৰ নাই ৷ কাৰোবাৰ কিবা হলে মোৰ নো কি আহে যায় ৷ এইবোৰ সকলোৰে নিজৰ ব্যক্তিগত কথা আৰু সকলোৰে ক্ষেত্ৰত তেনেকুৱা নহবওঁ পাৰে ৷ কিন্তু বেছি সংখ্যকেই তেনেকুুৱা হয় ৷ সদায় এনেকুৱা সম্পৰ্ক এটা পৰিণত হলে ,এইটো কথাকেই ভাৱিব লাগে যে – তেওঁলোকে কেনেকৈ সুন্দৰ জীৱন এটা অতিবাহিত কৰিব পাৰে ৷ এইটো সচাঁকৈ বৰ ডাঙৰ কথা ৷৷ মোৰ এই আপডেদ বোৰক লৈ যদি কাৰোবাৰ কিবা অসুবিধা হয় তেতিয়া হলে মোক অকণো মনত সংকোচ নাৰাখি ব্লক কৰি দিবা দেই ৷ মোৰ যি মন যাই মই লিখিমেই কিন্তু ফেচবুক সমাজ খনত আনে বেয়া কৈ কব নোৱাৰাকৈ ৷৷

Leave a Reply

Your email address will not be published. Required fields are marked *