0 00 1 min 5 yrs 201
          

            মাক-দেউতাক, ভায়েক- ভনীয়েকক সদায় জঞ্জাল বুলি ভাবি অহা বিকাশৰ নকৈ সজাই লোৱা ঘৰখনত আজি প্ৰথম দীপাৱলী । পদূলি মুখৰ পৰা পিছ দুৱাৰলৈকে শাৰী শাৰী চাকিৰ পোহৰে ঘৰখন পোহৰাই তুলিছে।

          আকাশ চুওঁ চুওঁকৈ জ্বলোৱা কলগছ ডালৰ পোহৰত পো-বোৱাৰী হালৰ মুখ কেইখন জিলিকি উঠিছে । খিৰিকীৰে জুমি চাই থকা মাকজনীৰ মুখত সন্তুষ্টিৰ ভাৱ এটা প্ৰকাশ  পাইছে।
          ::হওক তেও এতিয়াহে সিহঁতৰ জীৱনলৈ আচল ৰং আহিছে ••••

Leave a Reply

Your email address will not be published. Required fields are marked *