0 00 5 yrs 86
তুমি শুভ্ৰ আকাশ
তুমি ঋতুৰ অভিধা
তুমি সেউজী পথাৰ
তুমি শাৰদী ৰাণী
শান্ত স্ৰোতস্বিনী
তুমি শেৱালীৰ সুবাস
শুকুলা ডাৱৰ
কহুৱা কোমল তুমি।
(বন্দনা ‌দত্ত, দেৰগাঁও)

Leave a Reply

Your email address will not be published. Required fields are marked *