0 00 1 min 4 yrs 180
      বলীউডৰ  চুপাৰষ্টাৰ চানি দেওলৰ পুত্ৰ কৰণ দেওলৰ প্ৰথম ছবি “পল পল দিল কে পাচ ” অহা চেপ্তেম্বৰ মাহৰ ২০ তাৰিখে মুক্তি লাভ কৰিব । চলমান খান,অক্ষয় কুমাৰকে আদি কৰি আন বহুতো ডাঙৰ ডাঙৰ তাৰকাই টুইট কৰি অভিনন্দন জনাইছে কৰণক । এতিয়া প্ৰশ্ন হ’ল বহুতো চুপাৰহিট ছবিৰে বলীউডৰ ছবি জগতত  এক সুকীয়া আসনৰ অধিকাৰী হোৱা চানী দেওলৰ দৰে তেওঁৰ পুত্ৰ কৰণো সুকীয়া আসনৰ অধিকাৰী হ’ব পাৰিবনে ?

Leave a Reply

Your email address will not be published. Required fields are marked *