লিখো বুলি ভাৱিও
আজি মই লিখিব পৰা নাই,
ওলাই অহা নাই আজি মোৰ
অন্তৰৰ ভাষা,নাই আজি মোৰ
ওচৰত একো শব্দ,
আজি মই নিমাত।।
আজি মই লিখিব পৰা নাই,
ওলাই অহা নাই আজি মোৰ
অন্তৰৰ ভাষা,নাই আজি মোৰ
ওচৰত একো শব্দ,
আজি মই নিমাত।।
ফাগুন ৰ আগমনত ,মদাৰ ফুলাৰ বতৰত শুনিছানে
সৰাপাতৰ কৰুণ উচুপনি,
মলয়াই চুমা যাচি মৰমেৰে
কয় ,,এয়া নতুনৰ আৰম্ভণি।।
সৰাপাতৰ কৰুণ উচুপনি,
মলয়াই চুমা যাচি মৰমেৰে
কয় ,,এয়া নতুনৰ আৰম্ভণি।।
ফাগুনৰ দৰেই চঞ্চল মনে
মাথোঁ বিচাৰি ফুৰিছে আজি
তোমাক কাষতে,,,
এয়া যে মন উতলা হোৱাৰ বতৰ,এয়াই ফাগুন ,
এয়া বসন্তৰ আগমন।।
মাথোঁ বিচাৰি ফুৰিছে আজি
তোমাক কাষতে,,,
এয়া যে মন উতলা হোৱাৰ বতৰ,এয়াই ফাগুন ,
এয়া বসন্তৰ আগমন।।
কৃষ্ণাক্ষী
গোলাঘাট
গোলাঘাট