0 00 1 min 3 yrs 177

১২ ডিচেম্বৰ ২০১৯:

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অভিনেতা যতীন বৰাই বিজেপি ত্যাগ কৰে । যিহেতু অসমৰ ৰাইজৰ বাবে আজি তেওঁ যতীন বৰা হৈছে গতিকে অসমীয়া ৰাইজৰ কাষত সদায়ে থাকিব বুলি জানিবলৈ দিয়ে। আৰু লতাশিল খেলপথাৰত আছুৰ নেতা সমুজ্জ্বল ভট্টাচাৰ্য্য আৰু জুবিন গাৰ্গৰ নেতৃত্বত একত্ৰিত হোৱা হাজাৰ-হাজাৰ জনতাৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে । সান্ধ্য আইনেও কোনো প্ৰভাৱ পেলাব পৰা নাই প্ৰতিবাদ কাৰীৰ মাজত । মুঠতে লতাশিল খেলপথাৰ এতিয়া বিশাল জনসমুদ্ৰ । আৰক্ষীয়ে প্ৰতিবাদ কাৰীৰ মাজত কন্দোৱা গেছ প্ৰয়োগ আৰু শূণ্যলৈ গুলি চালনা কৰিয়ো কোনো বাধা দিব পৰা নাই । “আমি কেব নামানো ” “বিজেপি গৌ বেক ” আদি ধ্বনিৰে আকাশ বতাহ উত্তাল কৰি তুলিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *