0 00 5 yrs 203

বিজ্ঞান শাখাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰা চয়ন মজুমদাৰ আৰু দিচান্ত শইকীয়াৰ নাছিল কোনো নিয়মীয়া সময় সূচী । যেতিয়া মন গৈছিল তেতিয়াই পঢ়িছিল আৰু যেতিয়া পঢ়ি বেছি ভাল লাগিছিল তেতিয়া বেছি সময়লৈকে পঢ়িছিল । উল্লেখযোগ্য যে যিমান সময় পঢ়িছিল মনোযোগেৰে পঢ়িছিল । এই দুয়োজন মেধাৱী ছাত্ৰ তেজপুৰৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *