0 00 3 yrs 152

শিৱসাগৰ বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্ৰদ্ধাৰ প্ৰণৱ গগৈ ডাঙৰীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ।
তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গৰ লগতে গুণমুগ্ধসকললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ।

ঔঁম শান্তি শান্তি শান্তি🙏

Leave a Reply

Your email address will not be published.