দেশৰ জনতাৰ মুখত হাঁহি বিৰিঙাই ভাল পাই তেওঁ । নাম কপিল শৰ্মা , নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই । যোৱা ১২ ডিচেম্বৰ তাৰিখে তেওঁ গাৰ্ল ফ্ৰেণ্ড গিন্নীৰ সৈতে বিবাহ পাশত আবদ্ধ হয় ।
গিন্নী আৰু কপিল শৰ্মাৰ মাজত দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল । কলেজত পঢ়ি সময়ৰ পৰাই তেওঁলোকে এজনে আনজনক জানিছিল । জনপ্ৰিয় টিভি শ্ব’ ” হাণ্স বলিয়ে চলি থকা সময়ত সম্পৰ্কলৈ আহে । আন বহুতো টিভি শ্ব’ত কপিল শৰ্মাই তেওঁক পৰিচালনায়ো কৰিছিল ।
২০০৭ চনত ” দ্যা গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জ”ত জয় হোৱাৰ পাছত লাইমলাইটলৈ আহিছিল কপিল শৰ্মা । আৰু তেতিয়াপৰা পাছলৈ উভতি চাব লগা হোৱা নাই তেওঁ । কপিল শৰ্মাৰ “দি কপিল শৰ্মা শ্ব’ ” সমগ্ৰ দেশতে ব্যাপক জনপ্ৰিয়তা লাভ কৰে ।
ৰিতুপৰ্ণা শইকীয়া