0 00 4 yrs 189

তুমি আহিবানে

আশাৰ কূ্ঁৱলী ফালি
সপোনৰ ফেহু জালিত
প্ৰেমৰ প্ৰতিধ্বনীৰে
কূলূ কূলূ নিজৰা বোৱাই।।
কলীয়া ডাৱৰৰ আঁৰতো
তোমাৰ ছবি খনি
এভূমূকি দেখো বুলি
এন্ধাৰৰ মাজতো হেঁপাহেৰে
চাঁও আকাশৰ বুকুলৈ।।
মন যায় শিলত খুদি
যুগ যুগৰ বাবে
আমাৰ প্ৰেম যুগমীয়া কৰি
সকলোকে জনাবলৈ।।।
         তুমি আহিবানে????

Leave a Reply

Your email address will not be published. Required fields are marked *