0 00 1 min 5 yrs 210
  

      বোকাখাতৰ নাহৰজানত দুখন ট্ৰাকৰ মুখামুখী সংঘৰ্ষ ৷  গুৰুত্বৰ ভাৱে আগত  এজন ট্ৰাক চালক ৷ আহত ট্ৰাক চালকজন ডুমডুমাৰ আজগৰ আলি ৷ দুৰ্ধটনাত পতিত ট্ৰাক দুখন AS 23 BC 1379 আৰু HR 46 E 8018  ৷ আহত আজগৰে নিজৰ ট্ৰাক খনতেই চালক হিচাপে গুৱাহাটীৰ পৰা তিনিচুকিয়ালৈ গৈ থকাৰ অৱস্থাত চালকৰ দিশৰ আগ চকা ফুটি যোৱাৰ ফলত বিপৰীত দিশৰ পৰা অহা মালবাহী ট্ৰাকৰ লগত সংঘৰ্ষ হয় ৷দুৰ্ঘটনাটোত আজগৰৰ দু্য়োখন হাত আৰু এটা ভৰি সম্পূৰ্ণ ৰূপে ভাগি যায়। আহত আজগৰ বোকাখাত ছহিদ কমলামিৰি অসামৰিক চৰকাৰি চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি JMCH  লৈ প্ৰেৰণ কৰে ৷৷

পপী শইকীয়া
বোকাখাত

Leave a Reply

Your email address will not be published. Required fields are marked *