0 00 1 min 4 yrs 173
বোকাখাত ১৫/২/২০
বোকাখাতৰ মেথনিত পথ দূৰ্ঘটনাত এজন লোক নিহত। নিজত লোকজনৰ নাম বিৰেণ টেৰন। বোকাখাতৰ পৰা মেথনিৰ কাকজুৰিৰ নিজ গৃহলৈ AS05E 8286 নম্বৰৰ মটৰ চাইকেলৰে গৈ থকা অৱস্থাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত এটা গৰুক খুন্দা মাৰি গুৱাহাটীৰ পৰা যোৰহাট  দিশে আহি থকা PB12BE 8095 নম্বৰৰ ট্ৰাকৰ তলত পৰি ঘটনাস্থলীতে নিহত হয়।লোক জনক বছাবলৈ গৈ ট্ৰাকখনৰ চালকে পথৰ কাষত গছত খুন্দা মাৰে। বোকাখাত আৰক্ষীয়ে ঘটনা স্থলীৰ পৰা দুৰ্ঘটনাগ্ৰস্থ ট্ৰাক আৰু মটৰ চাইকেল সহ নিহত লোক জনক থানালৈ লৈ আহে।

Leave a Reply

Your email address will not be published. Required fields are marked *