0 00 4 yrs 197
: ১২ অক্টোবৰ :
বোকাখাতৰ লতাবাৰীত আজি পুৱা ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্রম কৰােতে এজনী পহু গাড়ীৰ খুন্দাত মৃত্যু হয় । কাজিৰঙাৰ অগৰাতলী বনাঞ্চলৰ পৰা ওলাই চাহ বাগিছাত আশ্ৰয় লোৱা পহুজনীক যাত্ৰীবাহী এখন ট্রাভেলাৰ গাড়ীয়ে খুন্দিয়া থৈ যায় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে । বোকাখাত খণ্ড বন কার্যালয়ৰ পৰা অহা বনকর্মীয়ে মৃত পশু জনক পাচত সমীপৰ পানবাৰীত থকা বন্যপ্রাণী পুনৰ  সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ মৰােনােত্তৰ পৰীক্ষাৰ বাবে লৈ যায় । পহুজনী খুন্দিয়াই যাত্রীবাহী ট্রেভেলাৰখনে তীব্র গতিৰে পলায়ন কৰে ।
পপী শইকীয়া
বোকাখাত

Leave a Reply

Your email address will not be published. Required fields are marked *