অত্যাধুনিক সুবিধাৰে নৱনিৰ্মিত বোকাখাত সদৰ আৰক্ষী থানাৰ দ্বাৰ উদ্বোধন মুখ্যনন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ 1905 চনত স্হাপিত বোকাখাত থানাৰ উদ্বোধনি অনুষ্ঠানত মুখ্যমন্ত্ৰীক সংগ দিয়ে বোকাখাতৰ স্থানীয় বিধায়ক অতুল বৰা, অসম আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আদিয়ে৷1958চনত পূৰ্ণাংগ থানালৈ ঊন্নীত হোৱা বোকাখাত থানা মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মাণ কৰে অসম চৰকাৰে ৷ থানাৰ নৱ নিৰ্মিত ভৱন উদ্বোধন কৰাৰ কালত সাংবাদমাধ্যমৰ আগত মত পোষন কৰে যে..
“নুমলীগড় শোধনাগাৰ বিক্ৰীৰ তথ্য আমাৰ হাতত নাই ৷ যি বাতৰি প্ৰকাশ হৈছে সেইয়া মিডিয়াৰহে প্ৰচাৰহে ৷ অসমৰ জনগণৰ পৰিপন্থী হোৱাৰ কাম আমাৰ চৰকাৰে নকৰে ৷” ।লগতে মৈত্ৰী আচনীৰ অধিনত নিৰ্মান কৰা বোকাখাত থানাৰ নৱ নিৰ্মিত ভৱনৰ লকআপত সোমাই থানাখনৰ আন্তগাঠনিৰ বুজ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ লগতে সোমাল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়া ৷ কেবিনেট মন্ত্ৰী অতুল বৰাই লকআপৰ সন্মুখৰ পৰাই সেই দৃশ্ৰ উপভোগ কৰে।ভাষন প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে আৰক্ষীৰ দ্বায়িত্বশীল ভাৱমুৰ্তিৰ বাবে থানা সমুহৰ সৰ্বাংগীন উন্নয়ণ অভিযান আঁচনিৰ অধীনত পুনৰ নিৰ্মাণ কৰা বোকাখাত আৰক্ষী থানা মুকলি কৰি প্ৰতিটো কোঠা পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীজনে ৷ 1905 চনত প্ৰতিষ্ঠা হোৱা থানা খনৰ উন্মোচনী সভাত আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ লগতে কেবিনেট মন্ত্ৰী অতুল বৰা,টিংখঙৰ বিধায়ক অতুল বৰাও উপস্থিত থাকে ৷ এই কাৰ্যসূচীৰ আগত পুৱা ভাগৰে পৰা মুখ্যমন্ত্ৰীয়ে আন পাঁচটা কাৰ্যসূচীত অংশগ্ৰহন কৰে। ইয়াৰ ভিতৰত প্ৰয্যতকৰ কাৰনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰী আৰু কঁহৰা বনাঞ্চালত জীপ চাফাৰী শুভাৰম্ভ কৰে।

পপী শইকীয়া
বোকাখাত
বোকাখাত