প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তুৰ সমষ্টিত ব্যাপক নিৰ্বাচনী তৎপৰতা কংগ্ৰেছৰ । সমষ্টিটোত কংগ্ৰেছৰ একমাত্ৰ প্ৰাথী সুৰেশ বৰাই দিনে নিশাই আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা। বুধবাৰে সুৰেশ বৰাই কামপুৰ নগৰৰ কেইবাঠাইটো নিৰ্বাচনী সভা অনুস্থিত কৰে। শভাষনত কংগ্ৰেছ নেতাজনে বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ অপশাসনৰ অন্ত পেলাবলৈ কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দান কৰাবৰ বাবে অনূৰুধ কৰে ।কামপুৰ নগৰৰ পাচ নং ৱাৰ্ডত অনুস্থিত সভাখনত প্ৰায় অৰ্ধ শতাধিক লোকে বি জে পি , এ জি পি দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰে। সভাখনত উপস্থিত থাকে কামপুৰ নগৰ মণ্ডলৰ সভাপতি যুগল বৰা , প্ৰবীন কংগেছ নেতা ৰোহনিী বৰুৱা, কংগ্ৰেছ নেত্ৰী মিনু দাস, মলয়া বৰঠাকুৰ, খাইউদ্দিন আহমেদ আদি ।