0 00 1 min 3 yrs 131

তেওঁ এদিন মোৰ ওচৰলৈ আহিছিল,

মৰমবোৰ নোপোৱাৰ বেজাৰত উভতি গৈছিল, 
ডিঙিৰ ফঁটা গামোচাখনত মোলৈ অনা মৰমবোৰ সামৰি লৈছিল।
তেওঁ যোৱা বাটটোত বিষাদ বোৰে চিঞৰি চিঞৰি পৰি ৰৈছিল,
দৌৰি আহিছিল মোৰ ওচৰলৈ বিষাদবোৰ!
কথাবোৰ যে তেওঁক কোৱাই নহ’ল,
ৰুমাল খন দিয়াই নহ’ল।
তেওঁৰ সপোনবোৰ মৰহি গ’ল।।
✍️ সাগৰিকা ৰয়

Leave a Reply

Your email address will not be published.