0 00 1 min 4 yrs 168
১৯।০৫।২০১৯
গুৱাহাটী
        ডাউন-টাউনৰ মথুৰা নগৰৰ এটা বাসগৃহত ৰহস্যজনক ভাবে উদ্ধাৰ হয় এগৰাকী ২২ বছৰীয়া সুন্দৰী যুৱতীৰ মৃতদেহ । আৰক্ষীয়ে উক্ত ঘটনাৰ লগত জড়িত থকা ইচাকু দাস নামৰ যুৱতী গৰাকীৰ বন্ধু এজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেৰা আৰম্ভ কৰিছে । যুৱকজনৰপৰা জানিব পৰা মতে অপৰুপা নামৰ এই যুৱতী গৰাকী ১৬ মেৰ দিনা উক্ত যুৱকজনৰ ৰুমলৈ গৈছিল আৰু সুৰাপান ড্ৰাগচ আৰু যৌন অভিসাৰত লিপ্ত হৈছিল । আনহাতে যুৱক জন আৰু যুৱতী গৰাকীৰ মাজত হোৱা হোৱাটচএপ বাৰ্তালাপৰপৰা অনুমান কৰিব পাৰি যে তেওঁ পইচাৰ বিনিময়ত যুৱতী গৰাকীক গ্ৰাহকৰ যোগান ধৰিছিল । কিন্তু অপৰুপাৰ কেনেকৈ মৃত্যু হল তাৰ প্ৰকৃত সত্য সময়তহে জানিব পৰা যাব ।

Leave a Reply

Your email address will not be published. Required fields are marked *