0 00 5 yrs 221
        আজি মহাৰাষ্ট্ৰৰ ধুলে জিলাৰ কেমিকেল ফেক্টৰী এটাত অগ্নি সংযোগ হৈ বিস্ফোৰণ ঘটাৰ ফলত ১২ জন লোকৰ মৃত্যু আৰু ৫৮ জন আহত হয় । আহত লোকসকলক ততাতৈয়াকৈ সস্পিতেলত ভৰ্তি কৰোৱা হয় । 
বিস্ফোৰণ ঘটাৰ পাছত তাৰপৰা ওলোৱা বিষাক্ত ধোঁৱা আৰু গেছৰ ফলত ওচৰ চুবুৰীয়া অঞ্চলত নতুন সমস্যাই দেখা দিয়ে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ্ই দুখ প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ অৰ্থ সাহাৰ্য ঘোষণা কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *