0 00 1 min 3 yrs 226

মুকালমুৱাত নিখিল ভাৰত কৃষক সভাৰ কলা দিৱস পালন ৷
কৃষক বিৰোধী কলা আইন তিনিখন বাতিলৰ দাবীৰে কলা দিৱস পালন ৷
সংযুক্ত কৃষক মৰ্চাৰ আহ্বানত সমগ্ৰ দেশজুৰি আজি কলা দিৱস পালন কৰে ৷
মুকালমুৱাৰ বৰতলাত নিখিল ভাৰত কৃষক সভাই ৰাজহুৱা স্থানত উত্তোলন কৰিলে কলা পতাকা ৷
নৰেন্দ্ৰ মোডী হায়-হায়, বিজেপি চৰকাৰ নিপাত যাওক ধ্বনিৰে উত্তাল কৰিলে পৰিৱেশ ৷
অৱশ্যে, পৰবৰ্তী সময়ত মুকালমুৱা আৰক্ষী উপস্থিত হৈ উত্তোলন কৰা কলা পতাকাখন লৈ যায় ৷

মুকালমুৱাৰ পৰা সমৰজিৎ পাঠক

Leave a Reply

Your email address will not be published. Required fields are marked *