0 00 1 min 5 yrs 148

বহুদিনৰ জল্পনা কল্পনাৰ অন্তত মনালিচা জনী মুক্তি লভিলে। পোনপ্ৰথম বাৰৰ বাবে  ৰজনীয়ে সংগীতত খোজ পেলাছে মোৰ লগত। বৰ শুৱলাকৈ কণ্ঠদান কৰিছে। তাইলৈ মোৰ মৰম অাশীৰ্বাদ যাচিলো যাতে অাগলৈ তাই সুনাম অৰ্জন কৰিব পাৰে। দৰাচলতে এই গীতটোৰ ৰেকৰ্ডিং দিনা মোৰ মাতটো বহুত বহি অাছিল। সেয়ে মই ভিতৰী ভিতৰী ভয় খায় অাছিলো জানোচা গীতটো বহুত বেয়া হয়,:কিন্তু মোৰ সংগীত গুৰু তথা সংগীত পৰিচালক  মহীধৰ ডেকা চাৰৰ অাশীৰ্বাদ মৰ্মে গীতটোত মোৰ লাজ সন্মান ঐক্য বদ্ধ হিচাপে পুনৰ বাৰ মৰম বুটলিবলৈ সক্ষম হলো। দৰাচলতে  বিপুল_চৌধুৰী দাৰো সংগীত ব্যৱস্থাপনাত মই অত্যন্ত সুখী। শেষত সমূহ বন্ধু বান্ধবীলৈ অনুৰোধ জনালো যে মোৰ অাৰু ৰজনীৰ মনালিচা জনী ডাউনলোড কৰি শুনক এবাৰ। মোৰ ৯৯% বিশ্বাস ; শুনি ভাল পাব।
গীতৰ নাম: মনালিচা_জনী
ডাউনলোড লিংক: https://goo.gl/mqNJc8
কণ্ঠ শিল্পী: পিকে_ৰজনী_ৰায়
গীতৰ কথা-সুৰ: পি.কে
সংগীত পৰিচালনা: মহীধৰ ডেকাৰ
সংগীত ব্যৱস্থাপনা: বিপুল চৌধুৰীৰ

Leave a Reply

Your email address will not be published. Required fields are marked *