মৃত্যুHomeকবিতা by ADMIN April 20, 2020 0 00 1 min 3 yrs 179 মোৰ মৃত্যু হোৱা শৰীৰত উপজিছে এজোপা লতা , সেই লতাৰ মাজত ৰচিত হৈছে এটি গান ; বিষাদৰ । মোৰ শৰীৰ পৰি ৰৈছে অজান , নিৰ্জন, শ্মশানত । মই পৰি ৰৈছো । মই বিলিন হৈছো বতাহৰ স’তে, মিলি গৈছো ডাৱৰৰ লগত। সেই বিষাদ গান আজি নিমাত । ধনজিৎ নাথ তাৰিখ -০৬-০৪-২০২০ কবিতা Post navigation Previous postNext post Leave a Reply Cancel replyYour email address will not be published. Required fields are marked *Comment * Name * Email * Website Save my name, email, and website in this browser for the next time I comment.