0 00 1 min 4 yrs 149

তাই মোলৈ কেইবাবাৰো কল কৰি আছিল , কিন্তু মই ৰিচিভ কৰা নাছিলোঁ । অৱশেষত হোৱাটচএপৰ ভিডিঅ’ কলটো ৰিচিভ কৰিছিলো । কেৱল দহ মিনিটমানহে কথা পাতিছিলোহে  তাই ……………   । কিয় এনে কৰিলে নাজানোঁ  । ” এই ভাষ্য জাগৃতিৰ প্ৰেমিক বিজু নাথৰ । যাৰ সৈতে জাগৃতিৰ ৪ বছৰীয়া প্ৰেমৰ সম্পৰ্ক আছিল। হয় প্ৰেমিকলৈ ভিডিঅ’ কল কৰি থকা অৱস্থাতে আত্মহত্যা কৰিলে উদীয়মান প্ৰতিভা সম্পন্ন কণ্ঠশিল্পী জাগৃতি দেবীয়ে । জানিব পৰা মতে প্ৰেমিক বিজু নাথৰ সৈতে জাগৃতিৰ প্ৰায়ে মনোমালিন্য হৈছিল । কাৰণ এটাই – সন্দেহ । অৰ্থাৎ জাগৃতিৰ সহশিল্পীৰ সৈতে প্ৰেমিক বিজু নাথে প্ৰায়ে সন্দেহ কৰিছিল ফলত জাগৃতিয়ে বাচি ল’লে এই চৰম সিদ্ধান্ত । 

  আনহাতে জাগৃতিৰ পিতৃৰ মতে এয়া এক ষড়যন্ত্ৰ । সেয়েহে দোষীক উচিত শাস্তি দিয়াৰ দাবী জনাইছে ।  

Leave a Reply

Your email address will not be published. Required fields are marked *