0 00 3 yrs 190

 যমুনামুখ সমষ্টিৰ পাবিজুৰি বজাৰত অসম জাতীয় পৰিষদ দলৰ প্ৰায় শতাধিক কৰ্মী সমৰ্থকে এক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে। 

অসম জাতীয় পৰিষদ দলৰ কৰ্মী সমৰ্থকে ২০২১ৰ অসম বিধান সভা নিৰ্বাচনত সমষ্টি খনৰ পৰা অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থীক দলীয় টিকট প্ৰদান কৰিবলৈ দলৰ ৰাজ্যিক সভাপতি আৰু সম্পাদকক আহন জনায়। 
  প্ৰতিবাদী সকলে অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থীক টিকট প্ৰদান নকৰিলে আত্মহনন কৰাৰো হুঙ্কাৰ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *