শিলচৰ তিৰুৱান্তপুৰম যাত্ৰীবাহী ট্ৰেইনত ভয়ংকৰ অগ্নিকাণ্ড । কেনেকৈ সংঘটিত হ’ল এই অগ্নিকাণ্ড সেয়া এতিয়াও স্পষ্ট হোৱা নাই । ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰে ।
গুৱাহাটীৰপৰা অনিল
Tied up with a NATIONAL MEDIA AGENCY