0 00 1 min 4 yrs 87
     

     যোৰহাটৰ বাইপাইছত ট্ৰাক আৰু বলেৰ’ৰ মাজত হোৱা সংঘৰ্ষত নিহত হয় এজন লোক আৰু দুগৰাকী মহিলা , সৰ্বমুঠ তিনিজন ।তেওঁলোক হ’ল ক্ৰমে ৰবীন্দ্ৰ শ্বাহ, উৰ্মিলা শ্বাহ আৰু প্ৰভাৱতী দেৱী। পুৱতিনিশা ভোগদৈ দলঙৰ সমীপত সংঘটিত হয় উক্ত ঘটনাটো । আনহাতে আহত তিনিজনৰ অৱস্থা সংকটজনক ।উল্লেখযোগ্য যে  বলেৰ’খনৰ যোগেদি কইনা চাবলৈ মৰাণলৈ যোৱা অৱস্থাত সংঘটিত হয় উক্ত ঘটনাটো ।

বিকি , যোৰহাট 

Leave a Reply

Your email address will not be published. Required fields are marked *