0 00 4 yrs 224

শতজনী নাৰীৰ আজি আতাহ

মাথো ধৰ্ষণকাৰীৰ 
নমুনা বৈসাদৃশ।
প্ৰেমৰ জালতো চত্ফতাই 
প্ৰজাপতি
পথচাৰীৰ জালত চত্ফতাই
বস্ত্ৰৰে আমিবোৰা সতী
মানসিক ধৰ্ষণত চত্ফতাই 
অজলা অবলা নাৰী
নাৰী মাত্ৰ ভোকাতোৰৰ ভোক
গুচোৱা আহাৰ
এপইচাও নোহোৱা পন্য।
    
✒লোকপ্ৰিয়া বৰা

Leave a Reply

Your email address will not be published. Required fields are marked *