0 00 4 yrs 167

ক্তাক্ত ৰাজপথত শ্বহীদৰ চিঞৰ

আমৰণ অনশনৰ দিনলিপিত 
উত্তাল উত্তাপ স্বৰাজ বুৰঞ্জী
স্বাধীনতাৰ বৰ্ণহীন প্ৰতিবাদ 
ন্যাযতাৰ অভিলাষী প্ৰতিবাদ
অন্যায়ৰ উত্তৰৰ সুবাদত প্ৰতিবাদ 
খনি শোধনাগাৰ নিলাম
বিদেশী বিতাৰণৰ চৰকাৰী বঞ্চনা
আইনী উদ্ভণ্ডালিৰ মেৰপেচত 
প্ৰাপ্তিৰ সুকীৰ্তি প্ৰতিবাদ !

Leave a Reply

Your email address will not be published. Required fields are marked *