0 00 1 min 2 yrs 117

“শব্দপ্ৰেমী পৃথিৱী”ৰ তৰফৰ পৰা অসমৰ কৃষ্টি-সংস্কৃতিৰ লগত জড়িত ৫ জন শিল্পীক ২০২১ বৰ্ষৰ ৰ্শীষক সন্মান প্ৰদান কৰা হয়।

সন্মান কেইটি হ’ল-
দিহানাম সম্ৰাট কমলা গগৈ দেৱলৈ “দিহানাম শিৰোমণি ২০২১” ৰ্শীষক সন্মান,
শ্ৰেষ্ঠ ভাওনা অভিনেতা তথা পৰিচালক বিষ্ণু বৰা দেৱলৈ “ভাওনা জ্যোতি ২০২১” ৰ্শীষক সন্মান, শ্ৰেষ্ঠ ভাওনা পৰিচালক বিমান শইকীয়া দেৱলৈ “ভাওনা সৌৰভ ২০২১” ৰ্শীষক সন্মান,
দিহানাম শিল্পী তথা সাংস্কৃতিক কৰ্মী ৰাজীৱ নাথলৈ “কৃষ্টি সুবাস ২০২১”ৰ্শীষক সন্মান,
শ্ৰেষ্ঠ গায়ন নিতু কুমাৰ বৰালৈ “মৌ-কন্ঠ ২০২১” ৰ্শীষক সন্মান ।দিহানাম সম্ৰাট কমলা গগৈ দেৱলৈ “দিহানাম শিৰোমণি ২০২১” ৰ্শীষক সন্মান,
শ্ৰেষ্ঠ ভাওনা অভিনেতা তথা পৰিচালক বিষ্ণু বৰা দেৱলৈ “ভাওনা জ্যোতি ২০২১” ৰ্শীষক সন্মান,
শ্ৰেষ্ঠ ভাওনা পৰিচালক বিমান শইকীয়া দেৱলৈ “ভাওনা সৌৰভ ২০২১” ৰ্শীষক সন্মান,
দিহানাম শিল্পী তথা সাংস্কৃতিক কৰ্মী ৰাজীৱ নাথলৈ “কৃষ্টি সুবাস ২০২১”ৰ্শীষক সন্মান,
শ্ৰেষ্ঠ গায়ন নিতু কুমাৰ বৰালৈ “মৌ-কন্ঠ ২০২১” ৰ্শীষক সন্মান আগবঢ়োৱা হয় ।

Leave a Reply

Your email address will not be published.