0 00 5 yrs 162

সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত বিশিষ্ট শিক্ষাবিদ, বিদগ্ধ পণ্ডিত অধ্যাপক টাবুৰাম টাইদ দেৱৰ আজি পুৱা ৭.৩০ বজাত দেহাৱসান ঘটে। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ ।

Leave a Reply

Your email address will not be published. Required fields are marked *