0 00 3 yrs 254

শিৱসাগৰৰ আমগুৰিত আবকাৰী বিভাগৰ চুলাই বিৰোধী অভিযান অব্যাহত।

শিৱসাগৰৰ জিলাৰ আমগুৰিৰ দোপদৰত , আৱকাৰীৰ 👍অভিযানত উদ্ধাৰ হৈছে বৃহৎ পৰিমানৰ চুলাই ।

আৱকাৰীয়ে নষ্ট কৰিছে বহু লিটাৰ চুলাই ।

এই দৃশ্যসমূহলৈ লক্ষ্য কৰক আপোনালোকে আমগুৰিৰ আৱকাৰী বিভাগে কেনেদৰে মাটিৰ তলত পুটি ৰখা অৱস্থাত উদ্ধাৰ কৰিছে বিষাক্ত চুলাই।

অস্বাস্থ্যকৰভাৱে, বাহনিৰ তলত, লেটিনৰ কাষত অতি মাৰাত্মকভাৱে চুলাই। বেপাৰীয়ে জীৱনক মানুহৰ জীৱনক লৈ হেতালি খেলি প্ৰস্তুত কৰি আহিছে বৰবিহ সদৃশ চুলাই।

উল্লেখ্য যে আমগুৰি আবকাৰীয়ে আমগুৰিৰ বিভিন্ন অঞ্চলত অভিযান চলাই আহিছে যদিও কেৰেপ নকৰে একাংশ চুলাই বেপাৰীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *