হয় আপুনি ঠিকে শুনিছে । ৰাজনীতি এৰি চিনেমা বনোৱাৰ কথা ভাবিছে শুকুৰ আলিয়ে । উল্লেখযোগ্য যে ধুবুৰী সমষ্টিৰ পৰা আজমলৰ বিপৰীতে প্ৰতিদ্বন্দীতা কৰিছিল শুকুৰ আলিয়ে । আৰু চিনেমা খনত তেওঁ তাকে দেখুৱাব বিছাৰিছে অৰ্থাৎ কেনেকৈ কি কৰি তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দীতা কৰিব লগা হৈছিল সেই বিষয়ে দেখুৱাব । গতিকে হিৰ’ শুকুৰ আলিৰ বিপৰীতে অভিনয়ৰ বাবে নায়িকাৰ অনুসন্ধান চলি আছে । আৰু ইচ্ছুক সকলে তেওঁৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব ।