0 00 1 min 3 yrs 209

 হাজৰিকা ঐক্য মঞ্চ বৰক্ষেত্ৰী আঞ্চলিক সমিটিৰ প্ৰতিবাদ।

মুকালমুৱা থানাৰ সন্মুখত গ্ৰেপ্তাৰ কৰাৰ দাবীত প্ৰতিবাদ কৰে সংগঠনটোৰ।
 হাজো – দৌলাশাল পথৰ মুকালমুৱাত সাব্যস্ত কৰে প্ৰতিবাদ।
বিতৰ্বকিত সত্য ৰঞ্জন বৰাক শীঘ্ৰে আটক কৰাৰ দাবী প্ৰতিবাদ কাৰীৰ।
সত্যৰঞ্জন বৰাক সাম্প্ৰদায়িক মন্তব্য কৰাৰ বিৰুদ্ধে মুকালমুৱা থানাত এজাহাৰ দাখিল বাঘ হাজৰিকা ঐক্য মঞ্চ বৰক্ষেত্ৰী আঞ্চলিক সমিটিৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *