0 00 1 min 2 yrs 275

ছিপাঝাৰত শিহৰণকাৰী ভয়াবহ পথ দুৰ্ঘটনা । যমদূত ৰূপী ট্ৰাকে নিমিষতে থান-বান কৰিলে মৰ্ণিং ৱাকৰ বাবে যোৱা কেইবাজনৰো সপোন ।
মঙ্গলবাৰে ৰাতিপুৱা প্ৰায় ৫.৩০ বজাত তীব্ৰ বেগত অহা ট্ৰাকে পচণ্ড জোৰত খুন্দিয়াই ৮ জনক
তাৰে ভিতৰত তিনি গৰাকী লোকে থিতাতে শেষ নিশ্বাস ত্যাগ কৰে আৰু পৰৱৰ্তী সময়ত আন দুজনেও শেষ নিশ্বাস ত্যাগ কৰে । ৩জন এতিয়াও চিকিৎসাধীন অৱস্থাত আছে । ছিপাঝাৰৰ কলেজ চ’কৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷

নিহত কেইজন হ’ল ইন্দাদুল, জিন্টুমণি, ৰেকিব, সংগীতা দেৱী আৰু জয়মতী বৰুৱা।

Leave a Reply

Your email address will not be published. Required fields are marked *