0 00 1 min 5 yrs 192
                 অসমত এতিয়া বানপানীৰ সমস্যা । কেইবাখনো জিলা বানপানীৰ কৱলত পৰিছে । কেইবাজনেও মৃত্যুক সাৱতি ল’ব লগা হৈছে । উটুৱাই নিছে গৰু-ছাগলী , ঘৰ-দুৱাৰ আদি । কেইবাখনো ঠাইত বিদ্যালয় পৰ্যন্ত উটুৱাই নিযা দেখিবলৈ পোৱা গৈছে । মহানগৰী গুৱাহাটীটো বানপানীৰ প্ৰভাৱ পৰিলক্ষিত হৈছে । মহানগৰীৰ কেইবাখনো উদ্যান জলমগ্ন হোৱা দেখিবলৈ পোৱা গৈছে ।
ফলত বহু লোক এতিয়া গৃহহীন আৰু খাদ্যহীন । বানপানীয়ে ঢুকি নোপোৱা এডোখৰ ওখ ঠায়েই যেন বৰ্তমান সময়ত সকলো তেওঁলোকৰ বাবে ।
   এনে সংকটৰ সময়তে বিধায়ক মৃণাল শইকীয়াই বানাক্ৰান্ত ৰাইজৰ বাবে যি ভ্ৰাম্যমাণ পাকঘৰৰ ব্যৱস্থা কৰে সেয়া সঁচাকৈয়ে প্ৰশংসনীয় ।
অঞ্জন সন্দিকৈ

Leave a Reply

Your email address will not be published. Required fields are marked *