0 00 1 min 5 yrs 170

সাঁচিপাতৰ বাটচ’ৰা
(ভাষা-সাহিত্য-সংস্কৃতিৰ সাধনা)
             স্থাপিতঃ ২০১৬
——————————————–

আন্তৰিক আহ্বান,
শ্ৰদ্ধাস্পদেষু
প্ৰতি সমূহ সন্মাননীয় কবি-সাহিত্যিক সদস্যসকল
শ্ৰদ্ধা গ্ৰহণ কৰিব ৷ আপোনালোকক হেঁপাহেৰে জনাওঁ যে, চাওঁতে চাওঁতে আমাৰ সাঁচিপাত পৰিয়াটিৰ অহা ৩১ মাৰ্চত ৩টা বৰ্ষ সম্পূৰ্ণ হ’বগৈ অৰ্থাৎ চতুৰ্থ প্ৰতিষ্ঠা দিৱস ৷
এৰি অহা দিনত  অনানুষ্ঠানিকভাৱে আমি অসমীয়া ভাষা-সাহিত্য-সমাজ-সংস্কৃতিৰ দিশত বহুখিনি আলোচনা কৰিলোঁ ৷
ইয়াৰ মাজেৰে বহুখিনি শিকিলোঁ ৷ আৰু বহুখিনি জানিব বুজিব লগা আছিল ৷ কিন্তু সকলোৰে সময় নিমিলে ৷
এতিয়া অহা ৩১ মাৰ্চ দেওবাৰে প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰিব খুজিছো এখনি
প্ৰীতি সন্মিলন, কবিতা পাঠ, সম্বৰ্দ্ধনা, সাঁচিপাত প্ৰেৰণা বঁটা, অন্তৰংগ আলাপ ৰে এটি অনুষ্ঠান ৷ আপোনালোক সকলোৰে সহযোগিতা পালে অনুষ্ঠানটি সাফল্য কৰিব পৰা যাব ৷ সেয়ে দিহাপৰামৰ্শ আৰু  মতামত বিচিৰিলোঁ ৷
ইতি-
দীপ হেষ্টিংছ বৰি
Whatsaap- 9864094600
Call- 7002887014

Leave a Reply

Your email address will not be published. Required fields are marked *