0 00 1 min 6 yrs 206
শিৱসাগৰত ২০১৩ চনত
*ইবু টানবিৰৰ* তত্ত্বাৱধানত গঢ় লোৱা এটি সাংস্কৃতিক গোষ্ঠী
*THE RISING STARS* ৰ
বহুকেইটা অনুষ্ঠানে ৰাইজক উপহাৰ দি আহিছে তাৰ মাজত হ’ল –
বিনামূল্যে নৃত্য কৰ্মশালা
”অল আসাম ডান্স কম্পিটিচন”
Mr. TRS আৰু Mr. TRS ফেশ্বন শ্ব’
দি ৰাইজিং ষ্টাৰছ্ গোষ্ঠীয়ে গণতন্ত্ৰ দিৱসৰ উপলক্ষে DD NORTHEAST চেনেলত নিজৰ প্ৰতিভা দেখুৱা।
বাৰেলী ইন্টাৰনেচনেল থিয়েটাৰ ফেষ্টীভেল ২০১৪ ত নিজৰ পাৰদৰ্শিতাৰে অসমলৈ বহুকেইটা পদক কঢ়িয়াই আনিবলৈ সক্ষম হয়।
লাহে লাহে এই অনুষ্ঠানত নৃত্যৰ লগতে মুকা অভিনয় আৰু অভিনয়ৰ শিক্ষা অনুষ্ঠান হিচাপে *THE RISING STARS* এ নিজক এখোজ আগুৱাবলৈ সক্ষম হয়….
আৰু আজি পাঁচটা বছৰ অতিক্ৰম কৰা *THE RISING STARS* এ *”স্বীকৃতি”* নামৰ এখনি অনুষ্ঠান আয়োজন কৰিছে য’ত সুপ্ত প্ৰতিভা বিকাশ কৰাটোৱেই তেওঁলোকৰ মূল উদ্দেশ্য।
শাৰীৰিক আৰু আৰ্থিক বিশেষ ভাৱে দুৰ্বল শ্ৰেণীৰ লোকক মূখ্য হিচাপে লৈ আয়োজন কৰা অনুষ্ঠানটিয়ে ইতিমধ্যে SOCIAL MEDIAত নিজৰ এক প্ৰকাৰৰ ওদাৰ আৰু বিহত মনৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।
আশা কৰো *স্বীকৃতিৰ* এই যাত্ৰা সদায়েই শীৰ্ষৰ পৰা শীৰ্ষ দিশৰ অভীমূখে আগুৱাই গৈ থাকে
*পৰিচালক ইবু টানবিৰৰ* লগতে স্বীকৃতিৰ মূখ্য চৰিত্ৰ পিকু টানিম,মুজিব আহমেদ, মুহিবুৰ ৰহমান আৰু ইনামুল ইছলামৰ এই স্বীকৃতিৰ পদক্ষেপ সচাকৈয়ে অতুলনীয়।
(প্ৰাঞ্জল )

Leave a Reply

Your email address will not be published. Required fields are marked *