সৰু চৰাইHomeকবিতা by ADMIN April 22, 2020 0 00 1 min 3 yrs 209 সৰু চৰাইয়ে ধান খায় উলাহত উৰে। নাচি বাগি সকলোৱে বাহলৈ উৰা মাৰে ।। ধাননি পথাৰত বৰষুণ পৰে। বহাগৰ গীতত বহাগীয়ে মাতে।। ৰংৰ ৰং লাগি উপচি পৰে। নৈ পাৰৰ বগৰীয়ে মুখ মিঠা কৰে।। ফুলনীৰ মৌ মাখিয়ে ৰস চুহি নিয়ে। বহাগৰ বতৰত হিয়া কপি উঠে।। — কনমনি দাস কবিতা Post navigation Previous postNext post Leave a Reply Cancel replyYour email address will not be published. Required fields are marked *Comment * Name * Email * Website Save my name, email, and website in this browser for the next time I comment.