স্বাধীনতা দিৱস উপলক্ষে এক ব্যতিক্ৰমী প্ৰতিযোগিতা । কালি নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ লাৰকুছিত অনুষ্ঠিত হয় এক ব্যতিক্ৰমী প্ৰতিযোগিতা।
লাৰকুছি গাওঁৰ কেইগৰাকীমান উদীয়মান যুৱকে ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰিলে “হাঁহৰ মাংসৰে ভাত খোৱা প্ৰতিযোগিতা”।নলবাৰী আৰু বৰপেটা জিলাৰ মুঠ ৮ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে ঘোগা গাঁওৰ হুছেইন আলী আৰু দ্বিতীয় স্থান দখল কৰে লাৰকুছি গাঁওৰ হিকমত আলীয়ে।
মুকালমুৱাৰ পৰা সমৰজিত পাঠক