0 00 1 min 3 yrs 212
নিৰ্বাচনৰ সময় আহিলে কংগ্ৰেছ AIUDF দল কেৱল ভোটবেংক হিচাপে ব্যৱহাৰ কৰে সংখ্যালঘুসকলক এই বুলি মন্তব্য কৰে তেওঁ
বানৰ ভয়ত যেনেদৰে সাপ-ভেকুলী এক স্থানত আশ্ৰয় লয় ঠিক তেনেদৰে বিজেপিৰ ভয়ত কংগ্ৰেছ AIUDF একজোট হৈছে বুলি কটাক্ষ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰী সদস্য মানৱ চক্ৰৱৰ্তী।
হাইলাকান্দি বিধানসভা সমষ্টিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰ বিধায়ক হিচাপে যি কৰ্মদক্ষতা ও বৈশিষ্ট্য থকা দৰকাৰ সেই  বৈশিষ্ট্য আৰু কৰ্মদক্ষতা নাই বুলি মন্তব্য কৰে তেওঁ
গ্ৰামোন্নয়নৰ কাম স্তব্ধ হৈ আছে, সকলো ক্ষেত্ৰত ব্যৰ্থ হৈছে বিধায়ক। যি হৈছে ‘আচ্ছে দিনৰ’ সৰ্বানন্দ চৰকাৰৰ আমোলত নজিৰবিহীন ঘটনা বুলি দাবী কৰে বিজেপি নেতা মানৱ চক্ৰৱৰ্তীয়ে ।
হাইলাকান্দিৰ পৰা মুচতাফা এ মজুমদাৰৰ ৰিপোৰ্ট।

Leave a Reply

Your email address will not be published. Required fields are marked *