প্ৰতিভা থাকিলে যে আগুৱাই যোৱাত কোনেও বাধা দিব নোৱাৰে এই কথা প্ৰমাণ কৰি দেখুৱালে হাৰিয়ানাৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান চলমান আলিয়ে । ঘৰখনৰ সমস্ত দায়িত্ব অকলে চম্ভালি থকা চলমান আলিয়ে তেওঁৰ প্ৰতিদ্বন্দীসকলক চেৰ পেলাই লাভ কৰে ইণ্ডিয়ান আইডল খিতাপ ।আন প্ৰতিদ্বন্দী সকল হ’ল ক্ৰমান্বয়ে নিলাঞ্জনা ৰেই, আঃকুছ ভৰদ্বাজ , নিতিন কুমাৰ আৰু বিভৌৰ পৰাশৰ ।
আনহাতে প্ৰথম ৰাণাৰ্চ আপ আৰু দ্বিতীয় ৰাণাৰ্চ আপ হয় ক্ৰমান্বয়ে আংকুছ ভৰদ্বাজ আৰু নিলাঞ্জনা ৰেই । সকলো ৰে উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলো ।
অনিতা গগৈ
আনহাতে প্ৰথম ৰাণাৰ্চ আপ আৰু দ্বিতীয় ৰাণাৰ্চ আপ হয় ক্ৰমান্বয়ে আংকুছ ভৰদ্বাজ আৰু নিলাঞ্জনা ৰেই । সকলো ৰে উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলো ।
অনিতা গগৈ