হেঁপাহHomeকবিতা by ADMIN April 20, 2020 0 00 1 min 4 yrs 228 বেৰীয়া গজা দাঁতটিৰে মৰা হাঁহিটো ওলমাই ৰাখিবা সদায় দুটি ওঁঠৰ ভাজত ; হাঁহিটোকে বুকুত সাবটি বাট চাই ৰ’ম তোমাৰ নামৰ ৰঙা সেন্দুৰেৰে মোৰ উকা কপাল ভৰাই তোমাৰ পদূলিত খোজ দিয়া দিনটোলৈ…..।। জিনি ৰাভা কবিতা Post navigation Previous postNext post Leave a Reply Cancel replyYour email address will not be published. Required fields are marked *Comment * Name * Email * Website Save my name, email, and website in this browser for the next time I comment.