0 00 1 min 4 yrs 158

ও নাই

কবিতা লিখাৰ,
তথাপি উকা বহীত
শব্দ কিছুমান লিখো
উজাগৰী নিশাৰ।
হে জীৱন…
তোমাক ধিক্কাৰ,
মৃত্যুৱে সপোনৰ
শেষ স্বীকাৰ।
চিঞৰত শিয়ঁৰে
ব্যাথাৰ পথাৰ,
মাথোঁ চাৰিওফালে
এন্ধাৰে এন্ধাৰ।
             – হেমন্ত ভৰালী
             – ( পাঠশালা)
             – ৯৯৫৭৬৮৪৫৪৯

Leave a Reply

Your email address will not be published. Required fields are marked *